
Rinku Priyang
Rated 5.00 out of 5 based on 1 customer rating
(1 customer review)
Approx. Booking Cost - ₹149,000.00

About Rinku Priyang
নমস্কাৰ সমুহ অসম বাসী ৰাইজ 🙏 মোৰ নাম ৰিংকু প্ৰিয়াং, মোৰ ঘৰ মৰিগাঁও জিলাৰ অন্তৰ্গত সৰুবড়ীত, সৰুৰে পৰা সংগীত মোৰ খুবেই প্ৰিয় আৰু মই সৰুৰে পৰা সংগীতৰ লগত জড়িত, পঞ্চম মান শ্ৰেণীত থাকোতে সদৌ অসম ভিত্তিত জ্যোতি সংগীত আৰু বিষ্ণু ৰাভা সংগীতত প্ৰথম পুৰস্কাৰ প্ৰাপ্ত কৰিছিলো , ষষ্টম মান শ্ৰেণীত থাকোতে গড়মাৰী আঞ্চলিক হাই স্কুলৰ তৰফৰ পৰা Best Singer এৱাৰ্ড পাইছিলো ,একাদশ মান শ্ৰেণীত থাকোতে ঘনাকান্ত বৰুৱা কলেজৰ তৰফৰ পৰা Best Singer এৱাৰ্ড পাইছিলো ,তাৰ উপৰিও 2019 চনত সদৌ অসম সাংস্কৃতিক সমন্বয় সন্থা (AACUU) ৰ তৰফৰ পৰা ভাৰত ৰত্ন ড’ ভূপেন হাজৰিকা বৰলুইত এৱাৰ্ড পাইছিলো 🙏 এইয়া কেৱল ৰাইজৰ আশীৰ্বাদ আৰু মৰমৰ বাবে সম্ভৱ হৈছে, আগন্তুক দিনত ৰাইজৰ মৰম, আশীৰ্বাদ আৰু প্ৰেৰণা পাই থাকিম বুলি আশা ৰাখিলো।
Rate Rinku Priyang
Add a review

Rating*
0/5
* Rating is required
Your review
* Review is required
Name
* Name is required
Email
* Email is required
* Please confirm that you are not a robot
1-1 of 1 review
Sorry, no reviews match your current selections
Her singing really nice